সমললৈ যাওক

পৃষ্ঠা:উষা পৰিণয়.pdf/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পীতাঙ্গন্ত্ৰী প্ৰস্তুক ভাল বোলে দুতে শুনা ঘোপাই। স্বৰূপে হবি হব ভিন্ন নাই॥ ১৩২ নাবেলি বোন মানুষ হবি। সকল লোকেৰ সেই অধিকাৰী॥ সেহি নিবন্ধন সংস বে যাব। নাহি গুণ যাৰ কপ আকাৰ। নৰৰূপে সেই গকুলে এথা। পণ্ডিত লোকে কহে হেন কথা॥ আছিল কংস ৰাজা পৰধান। দেৱগণে তাৰ নানহে তান॥ ১৩৪ তিনি লোকেৰ হৈল অধিকাৰী। হেন কলাগুৰ বধিল মহৰি॥ মন্দৰ ধৰিয়া বধিলা কালী। বধিলা ধেনু বেশি কামালী॥ চৱাল কালে সে বধিলা পুটনা। GG DGY সংগ্ৰামে তাক খুঁজে কোন জনা॥ যাত্ৰাৰ লক্ষন নাদেখোঁ ভাল। আগত আসিয়া জুৰে বিবাল॥ ৯৩৬ দক্ষিনে ফেৰ ভুজঙ্গে বাসে। হেন দেখি কেনে যাৰ সংগ্ৰামে | যবে আছে প্ৰভু বাজ্যেৰ আশা। জমাইৰ দূৰ কৰা নাম পাশ॥ ৯৩৭ বিবাহ দিয়ো উষাৰ সঙ্গে। ভেট নাৰায়ণ পৰম ৰঙ্গে।