সমললৈ যাওক

পৃষ্ঠা:উষা পৰিণয়.pdf/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পীতাম্বৰী পুস্তক। উক্লাময় নিৰন্তৰে দেখি দশোদিশ হবেৰ অস্ত্ৰৰে ৰূপ আতি অসদৃ। শঙ্কৰে মাৰিলা শৰ কৰি হুঁ হুঁকাৰ। পৃথিবী, গগনে অগ্নি ভৈল৷ একাকাৰ || ১৬৫ হাহাকাৰ কৰে গগণত দেৱগণে। গুড়ে সহিতে হৰি দহ দহনে দৈত্যগণে জানিল সংগ্ৰামে তৈল জয়। সিংহনাদ কৰিলা হবিয়ে অতিশয়। ৮৬৬ অগ্নি অস্ত্ৰ আসে হেন জানি নাৰায়ন। বক্ষণ অস্ত্ৰক হানিলেক তেতিক্ষণ। জল পায়া অনল বেনে ভৈলা নাশ। শঙ্খ বাদা কৈল হৰি জগত নিবাস। 850 শৰ নষ্ট ভৈল হেন দেখি ত্ৰিপুৰাৰি। ধনুত জুড়িলা ভয়ঙ্কৰ অস্ত্ৰ চাৰি॥ পিশাচ ৰাক্ষস ৰৌত্ৰ অষি বান ধনুত জুড়িয়া শীঘ্ৰে কৰিলা পয়াণ॥ ৮৫ চাৰি শৰ আসে যেন চাৰি যন দণ্ড। গোবিন্দে জুড়িলা চাৰি বান পৰচণ্ড প্ৰলয় কালৰ যেন সূৰ্য্যেৰ উদয়। দেখিয়া পলাইল ডৰে বত সেনাচয় সেনাৰ ভৰাস দেখি কোপে উমাপতি। ত্ৰিপুৰ দহন শূল লৈল। শীঘ্ৰগতি তেৱে হেন দেখি ত্ৰিভুবন-পতি হৰি। তৃণতে বৈষ্ণৱ শৰ লৈবা শীঘ্ৰ কৰি॥ ৮ I b..