এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
পীতাম্বৰী পুস্তক। ধনু ধৰি ৰথত চড়িলা শূলপাণি। বিপৰীত শ্ৰীৰ আকাশ লঙ্ঘে যেি কাৰ্তিক আইল। তবে ময়ুৰে চড়িয়া। যমদণ্ড সমদণ্ড শকতি ধৰিয়া॥ ৮২ মুচক বাহনে তবে আইলা গণপতি। কুঠাৰ দেখিয়া হাতে ভয় লাগে আতি॥ সিংহেৰ সদৃশ্য মুখ মানুষেৰ অঙ্গ। উদিত সুজ যেন নয়নেৰ বঙ্গ | 828 কৰ্ণত কুণ্ডল শোভে মাথাত কিৰীটি। হেনগণ সংগ্ৰামে আইলা তিনি কৌটি বাঘেৰ সমান মুখ তিনি তিনি আখি। অঞ্জন গঞ্জন সবাহাৰে তনু দেখি॥ ৮২৫ হাতে ধনু-বান শিবে ময়ুৰেৰ পাখ। হেনগণ আইল পঞ্চধিক শত লাখ॥ হাতে দণ্ড লৈয়া আৰ আইল কত সেনা। মানুষ শৰীৰ মুখ যেন নাগ ফণা॥ বাঘছাল পৰিধান অঞ্জন সবাৰ। হেনগণ আইল লাখ সঙৰি হাজাৰ || উঠ মুখা সেনাগণ সবে ভুজ চাৰি। ভালুকৰ ছাল পড়ে সাপেৰ উত্তৰী। ৮২৭ গদাশুল পছিট্ট পশু ধৰি হাতে। নিযুতেক হেনগণ আসিলা যুঝিতে॥ হস্তীৰ কান্ধত আৰোহন সবে কৰি। . -অৰুণ কোটৰ সবে আখি চাৰি চাৰি A 2