সমললৈ যাওক

পৃষ্ঠা:উষা পৰিণয়.pdf/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাতাহাৰী পুস্তক। (&F) চাৰিয়া চন্দন গলাৰ সাথে ভূষিত ভূষণ হলফল কৰে পিন্ধিয়া বাঘৰ ছাল। সকালে ভুতেৰ মেলা নাহাৰে, দোলে গন্দ কপালে চান্দেৰ ফোটা। অনল জ্বলে গঙ্গায়ে বেঢ়িল জটা—নাহাৰে। ৮১২ নিন্দক তনু উজ্জ্বলা। নাগেৰ কুন্দল ললাট নয়ন সখি বিৰোচন নাচে পায়ে খণে বলিৰ তনয় শ্ৰীহৰি চৰণে লোচন চান্দক এৰিয়া ভূষণ একহি ঠাকুৰ ভোলা — নাহাৰে॥ চিন্তিলা হৃদয় কবি আচমন শঙ্কৰ আইল তেনে। গীত পীতাম্বৰে ভনে — নাহাৰে॥ ৮১৪ বানাশুৰে দেখিল৷ আইলা শুলপাণী। প্ৰণাম কৰিয়া হাত ঘোড়ে বোলে বাণী॥ ত্ৰিভূবনে বশ মোৰ তোমাৰ প্ৰসাদে। এৱে যায় প্ৰাণ দেখো নবৰ ঊষা নামে কন্যা মোৰ পৰম কৃষ্ণৰ নাতিয়ে হৰি নিলে চুৰ শুনিয়া পাঠাইলো মই জানিবাৰ বিবাদে॥ ৮-১৫ সুন্দবী। কৰি॥ তৰে। প্ৰথমতে সকলে মাৰিলে সেই ছলে॥ ৮-১৬