এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
পীতাম্বৰী পুস্তক গনত চৰণ দিয়া মাৰিবাক আশে। দেবন বচন তকে। শুনিল আকাশেৰ নামাবা জবাক দেবগণে বোলে বাণী। কেনো ছলে যমে সংহাবিব যত প্ৰাণী॥ ৭৮৪, জৰ নথাকিলে সবাৰ কেনাতে। অজৰ অমৰ দুই বহিব জগতে॥ আকাশেৰ বচন শুনিয়া নাৰায় জৰাব- গলৰ পাৱ ওচাইলা তেখন॥ ৭৮৫ এড়িল মাত্ৰকে জৰ উঠিল৷ কুপিয়া। ছবি হৃদয়ে জৰ প্ৰবেশিল গৈয়া॥ মোহ পাইল শ্ৰীহৰি ভৈলক্য অধিপতি। হানি ছাড়ে নিৰ্ঘাত সবনে উঠে আতি॥ ৭৮৬ : গড়ৰ উপৰ গুতিল নাৰায়ন। দেখিৰা নাৰদ মুনি আইলা তেতিক্ষণ। সুনি বোলে আপোনাক নাটিন আপুনি। - আপুনি স্ৰজিলা স্বৰ্ণ পাতাল ধৰণী॥ ৭৮-৭ সংসাৰ ভাণ্ডিতে কেনে কৰা হেন বীত। জবে কি তোমাৰ মুহিবাক পাবে চিত উঠ প্ৰভু দেবগণে ভৈলা সবে ভয়। উদ্ধাৰ দেবতা দানবেৰ কৰা ক্ষয়॥ ৭৮৮- মুনিৰ বচনে ছবি হাসে ঘনে ঘনে। নাৰদৰ বিনে মোক কেহো নাহি জানে উঠিয়া বলিল বীৰ গড় উপৰ। আপুনি অঙ্গিলা তেতিক্ষণে এক জব॥ ৭৮৯