POP T শল কাটি নাৰায়ণে কৈল শঙ্খধ্বনি। ধনু ধৰি বান এক লৈলা বহুমণি॥ নিষিত প্ৰচণ্ড অৰ্দ্ধ চন্দ্ৰ শৰ লৈয়া। কুণ্ডলে মণ্ডিত শিৰ পেলাইলে কাটিয়া। ৭৫০ যুঝিল কিঙ্কৰগণ অস্ত্ৰচয় মাৰি। সেবাকে আবিলা বান হানিয়া শ্ৰীহৰি॥ জয় জয় দেৱগণে গগনত ঘোষে। বণস্থলী ঢাকি দেৱে কুহুম কৰিলে। ৭৬১ 1 BY অৱশেষ দেৱগণে জনৈন প্ৰাণ জায়। বানেৰ আগত কহে প্ৰণাম কৰিয়া || অঙ্গিৰা পৰিল৷ ঘোৰ কৰিয়া সমৰ। ৰথ গজ সেনা পৰে গৈল। যন্ত্ৰ ঘৰ | १২ কিঙ্কৰগণ পৰিলা প্ৰচুৰ! প্ৰথম | শুনিয়া কুপিত হৈল ৰাজা বালাশুৰ বাজা বোলে জাতৰ চল সৈন্য লৈয়া। পক্ষী সনে তিনি বীৰ আনহ বান্ধিয়া॥ ৭৬৩ ঝান্টে চলা বিলম্ব কৰিতে নাবুৱাই। অনেক নিঃশঙ্কা দিয়া দিলন্ত বিদাই॥ ৰাজাৰ আদেশ তবে শুনি জৰাশুৰ। ৰথ ঘোৰা হস্তী সাজি সৈন্যক প্ৰচুৰ॥ ৭৬৪ আতি অদভূত ৰূপ দেখি লাগে ভয়। -। ছয়খান হাতে অস্ত্ৰ লৈন৷ ভস্মচয় | এ তিনি গোটা শিৰ তাৰ এনৰ লোচন। অগনি সমান আখি তৃতীয় চৰণ। ৭৬৫
পৃষ্ঠা:উষা পৰিণয়.pdf/১৫১
অৱয়ব