$89 পীতাম্বৰী পুস্তক।' কোটি কৌটি দিবা সেনা আয়ুধ ধৰিয়া। প্ৰথম কিঙ্কৰগণ সবে আইল বা দানৱ কাঞ্চন দৈতা আসিল অপাৰ। অস্ত্ৰচয় প্ৰহাৰ কৰিলা একাকাৰ॥ ৭৪৮ পৃথিবী জুড়িয়া সেনাঃ আইলা বুঝিবাক। সবে দৈত্যগণে তবে বুলে মাৰিবাক॥ দৈত্যেৰ আৰেন্টে আতি দেখিয়া সংগ্ৰামে। চলিলা প্ৰচণ্ড কোপে বীৰ হলিবামে॥ ৭৪৯ গৰুড় এৰিয়া ভূমিগত এক ঝাম্পে। ৰাওন। নফনে তনু থিৰ নোহে কাম্পে গজিয়া মুষল লৈয়া কৰিয়া উঠত। কালেৰ অন্তক যেন ৰুষিল প্ৰচণ্ড॥ ৭৫ লাখে লাখে মাৰে সেনা মুষলেৰ ঘায়ে। ৰথ গঞ্জ চুৰ কৰে হানি দুই পায়ে॥ আট্টাস শবদে কাৰো হৃদয় বিদাৰে। সহস্ৰ সহস্ৰ দৈত্য আছাৰিয়া মাৰে। ৭৫১ মুচৰিয়া ছিণ্ডে কাৰো উৰুসিৰ ভুজ। প্ৰলয় কালৰ যো প্ৰচণ্ড স্থৰুজ সাত পাছে ধৰিয়া ভূমিত পাৰি ঘনে। কত বথ গজ সেনা খেপিল আকাশে॥ ৭৫২ ভূমিত পৰিয়া তবে সৰে ভৈলা চৰ। একাদশ কৌটি সেনা গেল যমপুৰ॥ শতেক সহস্ৰ ৰথ গজ এক কোটি। তিনি অক্ষৌহিনী সেনা কৰিলা নিগুটি॥ ৭৫৩
পৃষ্ঠা:উষা পৰিণয়.pdf/১৪৯
অৱয়ব