সমললৈ যাওক

পৃষ্ঠা:উষা পৰিণয়.pdf/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পীতাম্বৰী পুস্তক। ঈশ্বৰ নাচিন কেনে অগনি বৰ্ব্বৰ। মৰিবাক তোহোৰ মনত নাহি ডৰ॥ আপুনি চিনিয়া ঝাকে যাহা আন ঠাই। গৰ্ব্ব এড়া পথ ছাড় নগৰক যাই | १১৮ নিমাইবো সকলে আজি বোল নাগুনিলে। হৰি দেখিলে আছি কোন ফল ফলে॥ আমি তোক নিমাইলে ৰাখিব কোন জনে। নাৰায়ণ কোপ কৈলে মৰিবি পৰা। ছবিক বিৰূপ কৰ হেন কি মানুষ আজি যবে তোহোৰ নাহেব সৰ্ব্বনাশ || চাড়িয়া শোণিতপুৰী চলা যথা নন। গোবিন্দে হৰিব বানাণ্ডৱৰ জীৱন॥ ৭২. অগনি বোলয় শুনা পক্ষীৰ ঈশ্বৰ। তুমিকি নাজানা ত্ৰিভুবনপতি হব॥ তাহাৰ আজ্ঞায়ে ৰাখে শোণিত নগৰী। ভোহোৰ শকতি মোক কি কৰিতে পাৰি। ৭২১ অগনিৰ বচনো-কোপিত পক্ষীৰাজ। - উড়াৱ কৰিয়া গৈলা গগনেৰ মাজ॥ । আকাশত বহে সুৰেশ্বৰী মন্দাকিনী। হুই সহস্ৰ মুখ পিয়ে তাৰ পানী॥ ১২২ অৰ্দ্ধেক গঙ্গাৰ জল পেলাইলে হয়। আসে পক্ষীৰাজ কোপে কম্পমান হৈয়া॥ সহস্ৰেক মেঘে যেন গৰ্জে একেবাৰে। লড়িল শোণিতপুৱা থিৰ লুহি ডৰে। ৭২৩