সমললৈ যাওক

পৃষ্ঠা:উষা পৰিণয়.pdf/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

398 পীতাম্বৰী প্ৰস্তক। স্বৰ্ণ চান দক্ষিণ হাতত। সখ সাৰদ ধনু এ বাম কৰত॥ ঘন তত্ত্ব অধিক শোচিত পীতবাস। নৱ জলধৰ যেন বিদুত প্ৰকাশ | 903 । সহস্ৰ আদিত্য যেন বাহাৰ শৰীৰ। হেন পকীৰাজত চড়িলা তিনি বীৰ বীৰ হলধৰ নে ধৰিলা বাম পাশে। কৈলাস পৰ্ব্বত যেন শৰীৰ প্ৰকাশে॥ ৭০१ হাতত লাঙ্গল সুবাৰ কাম্পে দেখি। সদা মনুমতে আৰকত দুই আখি॥ কম্পমান তনু কোপে গন্তে বাৰ বাৰ। লৰিল দৈত্যেৰ সৰ্বনাশ কৰিবাৰ॥ ৭০৮- লড়িল মদন তবে বাপেৰ দখিনে। পৃষ্ঠত' তুলিল ৰোধে হাতে শৰাসনে॥ তিনিজন লৈয়া পক্ষী চলিলা গগনে। অন্তৰ গন্ধৰে স্তুতি কৰয় চৰণে। ৭ চলিল বিহঙ্গপতি গগনে সাক্ষাতে। তল-বল কৰে নেক যাৰ পথা বাতে॥ বলভদ্ৰ মদন গকড় হৃষিকেশ। শোণিতপুৰেৰ সমিপড় পৰবেশ | ৭১ অগনিৰ গড় ভাত আছে কতো দূৰে। তাৰ জ্যোতি প্ৰবেশিলা চাৰিৰো শৰীৰে আপোনাৰ ৰূপ সৰাহাৰে দূৰ গৈলা। অগনি সদৃশ সবে গৌৰ বৰ্ণ তৈলা॥ ৭১১