সমললৈ যাওক

পৃষ্ঠা:উষা পৰিণয়.pdf/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পীতাম্বৰী পুস্তক। হৰিৰ বচন শুনি মুনি ব্ৰহ্মচাৰী। বোলে কথা শুন ত্ৰিভুবন সবাবে শৰীৰে তুমি থাকা অধিকাৰী। সমুদায়। তবে কেনে নাজানা আপোনে বছৰায়॥ ৬৭০ তুমি যে নাজানা বস্তু হেন আছে কোথা। জানিয়া শুনিয়া পুছ লাগে তুমিসে জীৱন ৰূপে সবাব মনোব্যথা। শৰীৰে। হেন কথা কই কেনে লোক ভাণ্ডিবাৰে! ৬৭১ অদ্বিতীয় ব্ৰহ্ম তুমি জগত নিবাসী! শুনিয়া তোমাৰ কথা মোৰ উঠে হাসি॥ কিনেৰ তোমাৰ প্ৰভু নিৰ্গুণ ব্যাখান। শৰীৰ ধৰিলা ফুট নীশৰ কাৰণ || ৬৭ শৰীৰী হৈয়া পাসৰিলা আপোনাক। কোথা আছে অনিবদ্ধ প্ৰছত কাছাক॥ এহিমতে সংসাৰ ভাঙিলা নাৰায়ণ। তোমাৰ মায়াত থিৰ হৈব কোন জন। ৬৭৩ তোমাৰ কপট কথা থাকোক এখনে। শুন অনিবদ্ধক হৰিলা ঘেধা জনে॥ শোণিত নগৰে বানাশুৰ দৈত্যপতি বলিৰ তনয় পৰচণ্ড ৰাজা আতি | 298 ঊষা নামে কৈন্যা তাৰ ভূবন মোহিনী। সপোনে কুমাৰক দেখিল সে বিশ্বহে বিকল ভৈল কুমাৰক চিত্ৰলেখা অপেস্বৰা হয় তাৰ ভাবিনী॥ দেখি। S সখী | 375