পীতাম্বৰী পুস্তক॥ অশ্বিনী কুমাৰ ৰূপ কামেৰ নন্দন দেখি উতলিল কোন যুৱতাৰ মন পুৰুৱে সপন দেখি কামেৰ কুমাৰ। কথা এক দেখি চাহে যাইতে দেশান্তৰ। ৬৪৪, উলতায়া আনিলো তেখনে পথ হৈতে। কৰিলো প্ৰৱন্ধ নাপালি সে ৰাখিতে। সে কন্যাৰ উদ্দেশ্যে আঙ্গুনে কিবা গৈল। নোহে কোন তিবী এ হৰিণ তাক নিল || ৬৪৫ হৰিব বচন তবে শুনিৰা অক্ৰম। হাত জোৰ কৰি বোলে বচন মধুৰ॥ যতেক বুলিল দেৱ স্বৰূপ সকল। তোমাৰ নাতিক নহবৰ অথণ্ডল॥ ৬৪ তাৰ কাৰ্য্য সাধিতে তোমাৰ অৱতাৰ। মানুষ হুইৰা আইল দৈত্য বধিবাৰ॥ সৰ্ব্বনাশ হৈব সে আগুনে নড়ায় কোপেৰ মাথাৰ মণি কে. হাত বঢ়াৰ॥ ৬৪৭ কোপিত সিংহেৰ কিবা ধৰিল লাঙ্গুল। পৰম পণ্ডিত শ্বাশুৰ নাহে মুচ॥ যতেক বুলিল দেৱ শুনা যদুপতি। অনিৰুদ্ধক দেখিয়া চলিল কাৰ মতি। ৬৪৮ কোন বিদ্যাধৰী, বা সে কানেৰ সহায়া। প্ৰকাৰ বিশেষে কুমাৰক গেল লৈয়া॥u অঙ্কুৰেষ বচন শুনিয়া নাৰায়ন। শুনিয়া ৰহিল দেউ কৰিয়া বদন। ৬৪৯
পৃষ্ঠা:উষা পৰিণয়.pdf/১৩১
অৱয়ব