পীতাম্বৰী পুস্তক। হৰি জল হবি হল হৰিসে আকাশ। যত চৰাচৰ দেখি হবিৰ বিকাস॥ জঠৰ ভিতৰে যাৰ সকলে সংসাৰ 399 সে জনা কি নাজানে কে হৰিল কুমাৰ॥ ৫০৮- আৰ বাব হলধৰ উত্তৰ দুৱাৰে। পৃথিবী তুলিতে দিল লাঙ্গল উত্তৰে॥ যমুনাক পুতিব পৃথিবী উলটায়া। ৰছিল ধৰণী সে উত্তৰ ঢাল হুয়া। ৬০৯ হেন হলধৰ হৈল দুৱাৰী প্ৰহৰী। কি মোৰ কৰণ তভো পুত্ৰ গেল চুৰি॥ হনুমান প্ৰহৰীয়া বড় খগেশ্বৰ। তথাপি হৰাইল মোৰ দুৰ্লভ কুমাৰ। ৬১০ শ্ৰদ্ধা তন্ত্ৰ৷ নিদ্ৰা যায়। স্ৰজিল৷ যি জনে ি তাহাৰ গ্ৰহৰে পুত্ৰ হৰিল৷ কেমনে॥ অন্তঃপুৰেৰ স্ত্ৰীলোকেৰ ক্ৰন্দনৰে ধ্বনি। দুৱাৰে থাকিয়া মন কৈল চক্ৰপাণি। ৬১১ আদেশিল দুতে ধায় দেখে অন্তঃপুৰে। কিসেৰ ক্ৰন্দন ৰোল শুনি অভ্যন্তৰে | অন্তঃপুৰে গিয়া দুত সকলে জানিয়া। গোবিন্দেৰ চৰণত কহিল আসিয়া॥ ৬১২ হবি লৈয়া গেল কেবা কামেৰ নন্দন। সেহিসে কাৰণে স্ত্ৰী সৰাৰ ক্ৰন্দন॥ শুনিয়া কৰুণাময় গুণে মনে মনে। আপুনি প্ৰহৰ ধৰি আছিলো যতনে॥ ৬১০
পৃষ্ঠা:উষা পৰিণয়.pdf/১২৫
অৱয়ব