সমললৈ যাওক

পৃষ্ঠা:উষা পৰিণয়.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পীতাম্বৰী পুস্তক। কান্দে অন্তঃপূৰে সকলো নাৰী লোক। হৃদয়ত মুষ্ঠি হানে পান্না বড় শোক যতনে ৰতন ৰাখি তাতে গেল চুৰি। জীবাব নাহিকে কাজ পৰিহৰি॥ 6.2 কেছো কেহো মুৰুচিয়া পৰে ক্ষিতী তলে। ভিজিস বয়ান কাৰে৷ নয়নেৰ জলে কোহে শোক ভৰে মুছে শিখৰ সিন্দুৰ। খসাইল কুণ্ডল কেহে৷ বলয় নুপুৰ। ৬০০ স্ত্ৰী লোকেৰ কৰুণা কহিব কত আব। নিঃশেষ বুলিলে আতি বাড়িৰ পয়াৰ পুত্ৰশোকে বতি অতি বিকলিত হৈয়া। থাকিল ধৰণী তলে অচেতন হৈয়া। ৬০ প্ৰাণপুত্ৰ কোথা গেল পৰিহৰি মোক। অলক্ষিনী ৰতি আৰ নেদেখিব তোক ত্ৰৈলকাৰ অধিপতি থাকিতে দুৱাৰে। তাত মোৰ পুত্ৰ লৈয়া গেল কোন ঢুবে। ৬০৫ কেনে হেন হৈল নাবায়ণ বিদ্যমানে। ভূত ভৱিষ্যত কথা হবি ভালে জানে যে হৰি স্ৰলি স্বৰ্গ মৰ্ত্তা নাগলোক। হেন হবি থাকিতে কি পায় এত শোক। ৬০৬ জগত ব্যাপিয়া নাৰায়ণ ঘটে ঘটে। সে থাকিতে যোৰ পুত্ৰ কে নিল কপটে যতেক ব্ৰহ্মাণ্ড তাৰ হৰি অধিকাৰী। ছবি বিদ্যমানে পুত্ৰ কে কৰিলে চুৰি। ৬০৭