সমললৈ যাওক

পৃষ্ঠা:উষা পৰিণয়.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পীতাম্বৰী পু সে বোলে নাশুনে উনা বানেৰ কুমাৰী। কান্দে বিয়াকুল মনে ধৰিতে নাপাৰি॥ বুকে কব হানে খনে খনে অচেতন। আকাশত থাকিয়া নাৰদে কৈল মন॥ ৫৯০ কৃপাময় মুনিৰাজ ব্ৰহ্মাৰ "নন্দন!! আইল তেখনে দেখি কুমাৰ বন্ধন॥ ঊষা প্ৰবোধিতে সে আইল মহামুনি। কেনে কান্দা ঊষা মুনি আগে বুলে বাণী॥ দ্বাৰকাত গিয়া হেব আনো হৃষিকেশ। 'পড়িব দানৱ যত আছয় নিঃশেষ॥ সহস্ৰকে বাহুবলে গৰ্ব্ব কৰে বাণ। চক্ৰে হানি গোবিন্দে কৰিব খান খান। ৫৯২ আইল নাৰায়ণ উষা হেন মনে জান দানৱ বিনাশ ভৈল নাহি পৰিত্ৰাণ॥ দেবীক স্মৰণ উষা কৰা এক মনে। খণ্ডিব সাপেৰ বিষ দেবা পৰসনে॥ ২৯৩ স্বামীৰে সহিতে সে দেবীক কৰ স্তুতি। এবুলিয়া গগনে সে মুনি কৈল গতি। একমনে কুমাৰী সে স্বামীৰে সহিতি। বিস্তাৰ কৰিলা স্তুতি পাৰ্ব্বৰ্তী তুষিতি॥ ৫৯৪ নমো নাৰায়ণী নমো দুৰ্গা কাত্যায়নী। গৌৰী মহেশ্বৰী নমো স্বড়ানী ভৱানী ভুৱন মোহিনী নমো জগত জননী। সংসাৰ বৃক্ষেৰ হেতু শিৱ সনাতনী॥ ৫৯৫