সমললৈ যাওক

পৃষ্ঠা:উষা পৰিণয়.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পীতাম্বৰী পুস্তক। এমন হেন সাহ যত দেখা নাগ-পশি টানিয়া ছিড়িতে পাৰে৷ মাথা। বিধাতাৰ অঙ্গীকাৰ তাক লাগে পালিবাৰ এহি গুণি গুণি লাগে বেথা॥ আগে চায়া থকা ৰণ কোপ কৰি আসিব পড়িব দানবগণ ১১৩ শ্ৰীহাৰ। কি কৰিব তোৰ বাপ ত্ৰিভুবনে নাহি বাধ মজাইবো সকলে দৈত্যপুৰী। ৫৮৬ গৰুড়ে ছড়িয়া হৰি আসিব শোণিতপুৰী কোপ কৰি কমল নয়ন। সকলে সাপেৰ বন্ধ পায়৷ গড়েৰ স্কন্ধ কোথা যাইব নাগ-পাশ গণ॥ নাকান্দা নাকান্দা প্ৰিয়া থাক হৰষিত হুয়া বাৱত আসয় চক্ৰপাণি। নাৰায়ণ পৰমে কবি পীতাম্বৰে ভণে পূন্য কথা মধুময় বাণী॥ ৫৮৭ ম্পৈায়নে বোলে কথা শুনা নৰপতি অনিৰুদ্ধে বোলে কেনে কান্দা গুণৱতী॥ সাগ-পাশ বানে মোক কি কৰিতে পাৰে। তোৰ শোকে জানো মোৰ প্ৰাণপতি হবে॥ ৫৮৮ কতোক্ষণ সহ পৃয়া দেখ বিদ্যমান। তোৰ আগে পবিব দানৰ জনে জন॥ গোবিন্দৰ অগোচৰ কিছে৷ নাহি কাজ। দ্বাৰকাত থাকিয়া জানিল যদুৰাজ | 59