এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
352 পীতাম্বৰী পুস্তক। ধৰিব যোগিনী বেশ, যাইবো মই গকড় অন্বেষে। মুণ্ডিব মাথাৰ কেশ গৰুড়ক আনিলে, সব সৰ্প খাইবো সে, নাজানো সে কোন দেশে ৰৈসে॥ ঊষাৰ দেখি বিলাপ, কুমাৰৰ মনস্তাপ, কেনে প্ৰিয়ে কান্দ অকাৰণে। নাৰায়ন, পৰসনে, কৰি পীতাম্বৰে ভে কুমাৰে বোলে মধুৰ বচনে। ৫৮৪॥ দ্বগ - অহিব। উষা বোলে কান্দ অকাৰণে 1 কি কৰিব নাগ-পাশ, নাকৰ বাপেৰ অশি, শুনিলে আসিব নাৰায়ণে, কি গুণা ঊষা হে। আমাক ঘুঝিবে আগ হুয়া। () সমুখে আসিয়া বলে পাপীষ্ঠ তোমাৰ বাপ কিবা আছে ত্ৰিভুবনে মায়া ৰণে দিলে তাপ বন্দী কৈল নাগ-পাশ দিয়া॥ আপোনে দেখিলা ৰণে কৌটি কৌটি দানৱগণে কি কৰিতে পাৰিলা সংগ্ৰামে। যত সেনাপতি সেনা নাসাৰিলা একজনা ভিলেকে সকলে নিলো যমে। ৫৮৫