সমললৈ যাওক

পৃষ্ঠা:উষা পৰিণয়.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পীতাম্বৰী পুস্তক। শুভ যোগ জিজ্ঞাসিয়া লগন প্ৰধান। প্ৰচুৰ দক্ষিণা দিয়া কৰ কন্যা দান॥ পৰিহৰ কোপ যত আছে দৈত্য ৰায় দুহিতা পতিক বধিবাক নুযুৱায় || ৬৪ হেন ৰাজা হুয়া কেনে ৰাখিবে ইহাৰ কলঙ্ক নাযেয়ো প্ৰভু দানৱ কুলেৰ | মন্ত্ৰিৰ বচন ঘেৱে হৈল অৱসান। অনন্তৰে বানাব নিলা সমিধান। ৫৬৫॥ ৰাজা বোলে মন্ত্ৰি যত কহিলা কাহিনী। সকলে উচিত কথা পানি মনে জানি॥ আৰ নাহি কুমাৰে জীৱনেৰ আশা! ব্যৰ্থ নহে ব্ৰহ্মদত্ত অস্ত্ৰ নাগ-পাশ॥ ৫ প্ৰহাৰিলে বাহুবিয়া নাহে আৰোবাৰ। যাব তপ বান খানি নলবে তাহাৰ নিবাৰণ কৰে নাগ পাশ কাৰ বাপে। মাৰিবেক কুমাৰ দাশিয়া সবে সাপে॥ ৫৬৭ মোৰ দোষ নাহি মন্ত্ৰি তুমি জান ভালে। . কত অহঙ্কাৰ চোৰা কৈল পূৰ্ব্বকালে॥ প্ৰথমে অকাৰ্য্য কৈল মোত নাপুছিয়া হৰিল উষাক মোৰ নগৰ পখিয়া॥ ৫৬৮ সেনাগণ পঠাইলে৷ ধৰিয়া আন এথা। নাম গ্ৰাম কুলশীল পুছি তাৰ কথা॥ জিজ্ঞাসা কৰিবো মোৰ হেন অভিপ্ৰায়। কত সেনা সেনাপতি বধিল তথায়॥ ৫৬১