এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
পীতাম্বৰী পুস্তক 1 প্ৰথম তৰুণ বীৰ হন্নত মানুষ হেন গুণে। মল सন্দৰ ৰূপে ত্ৰিভূবন মোহে হে হেনজনা মৰে আকাৰণে॥ “নকৰা জমাইক নাশ দূৰ কৰা নাগ-পশি লৈয়া যাই হেন মনে কৰে। কেহো নাবুলিব নন্দ ঊষা নিলি এহে চান্দ্ৰ মন্ত্ৰিৰ বচন শুনি নাৰায়ন সনে আনন্দে পূথিব সুৰ নৰে। ৫৫৪ উত্তৰ নাদিল তাল মন্দ 1 কথা পূণ্য পয়াৰ প্ৰৱন্ধ॥ ৫৫৫ দানৱ থাকিল গুণি কবি পীতাম্বৰে ভণে ( আনন্দেৰ কুন্দ) বৈসম্পায়নে বোলে কথা শুন নৰপতি। ৰাজা যৌন দেখি বোলে আৰোবাৰ মন্ত্ৰ। কেনে দে নিঃশব্দে থাকিল৷ দৈত্যপতি। পূজা কৰা জমাইক যেহেন শাস্ত্ৰ নীতি॥ ৫৫৬ ইন্দ্ৰতুল্য পৰাক্ৰম জয়াই তোমাৰ। ৰূপে গুণে ভূষণ পৃথিবী অৱতাৰ। সৰ্ব্বশাস্ত্ৰ বিষবিদ আতি বলবান। এতিনি ভুবনে যে ৰূপৰ প্ৰধান॥ ৫৫৭