সমললৈ যাওক

পৃষ্ঠা:উষা পৰিণয়.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

22 ৰাগ—-ভাটিয়ালী। পীতাম্বৰী পুস্তক। কুমাৰে বোলে শুন উষাহে! শুনিল কোনকালে। সিংহৰ ছৱাল ৰণে বধিৰ শগালে॥ ( ধ্ৰু) বাঘক দেখিয়। উষাছে হৰিণ আইল ৰোষে। অনলে আসিয়া যেন পতঙ্গ বিনাশে যত দেখা দানৱ সেনাহে সাজিলা কৌটি কৌটি। মোৰ হাতে পৰাণে নযাইৰ এক গুটি॥ ৪৮৯ বাণাশুৰ জিনিব উষাহে কত বড় কাজ। কুবেৰ বৰুণ যদি আইনে দেৱৰাজ॥ কোপ কৰিয়া যুঝে যদিহে আপোনে মূল ধৰি। একে তিনে পঠায়া দিবো যমেৰ নগৰী || ৪৯০ হবিসে ঠাকুৰ উনাহে শুনা কহো তোক। স্বৰ্গ মৰ্ত্তা পাতাল জিনিল তিনি লোক তোৰ বাপে গৰ্ব্ব কৰেহে মহাদেবেৰ বৰে। গোবিন্দে বধিলে তাক কে ৰাখিতে পাৰে। ৪৯১ যাদব কুলত ঊষাহে আমাৰ উৎপতি। ত্ৰিভূবনে পূজে যাক আমি তাৰ নাতি॥ তাশুৰ বধিতে উষাহে শ্ৰীহৰি অৱতাৰ। পৰিব দানবগণ নাহিক নিস্তাৰ॥ ৪৯২ মৰিবাক তোৰ বাপেহে সংগ্ৰামে আইল ৰোষে। নাযাইবো শোণিত পুৰে আপোনাৰ দোষে। সহস্ৰেক ভূজ তাৰহে কি কৰিতে পাবে। টানিয়া ছিড়িতে পাৰে৷ হেন মনে কৰে॥ ৪৯৩