সমললৈ যাওক

পৃষ্ঠা:উদ্ধৱযান নাট.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উদ্ধযান নাট ২৫ সূত্র ।। আহে সামজিক লোক, ঐচন প্ৰকাৰে প্ৰৱেশ কয়ে দাসদাসী সহিতে নন্দ যশোদা এক পাশ হুয়া বহল।। তদনন্তৰ গোপীসৱ একপাশ হুয়া ৰহল।। পুনু শ্রীকৃষ্ণ বিয়োগে গোপীসৱ তাপিত হুয়া যৈচে বিলাপ কয়ল তা দেখহ শুনহ নিৰন্তৰে হৰিবোল ।। ধ্বং ।। ৪. গীত, ৰাগ—মাহুৰ ধনশ্ৰী, জৌতিতাল।। গোপিনী প্ৰাণ কাহেনু গয়োৰে গোৱিন্দ । হামু পাপিনী পুনু পেখবো নাহি আৰ সোহি বদন অৰৱিন্দ ৷৷ আজু ভেটৰ মুল চান্দা । ভয়ো গোপবধূ আন্ধা ৷ ৷ পদ ৷৷ পৰম ভাগ্যৱতী ভয়োৰে সুপৰভাত উগত সুৰ দূৰ গেয়ো গোৱিন্দ আজু মথুৰাপুৰে মিলব মহোৎসর মাধর সাধন মান গোকুলক মংগল দূৰ গয়ো নাহি বাজত বেণু বিসান।। আজু যত নাগেৰী কৰত নয়ন ভৰি মুখ পঙ্কজ মধু পানা। হামাৰি বঙ্ক বিধি হাতে হৰল নিধি কৃষ্ণ কিঙ্কৰ ৰস ভাণা । সূত্ৰ ।। ঐচন প্ৰকাৰে গোপীসৱ কৃষ্ণক বিয়োগে তাপিত হুয়া কৃষ্ণ বাক্য সন্দেশ সুমৰি কথং কথমপি প্ৰাণ ধৰিয়ে পন্থ নিৰেখি ৰহল। সোহি সময়ে নন্দাদি গোপগণ গোকুলে মিলল, কৃষ্ণ নাহি আৱত, তাহেক শুনি মুৰুচি পৰল, পুনঃ সম্বিত হুয়া হেঠ মাথে ৰহল৷৷ ৫. গীত, ৰাগ—কেদাৰ, পৰিতাল জৌতি৷৷ ধ্রু।। ৰাম পথে নেহাৰি বঙ্কে ব্ৰজনাৰী আনন্দে আকুল মন। হন্তে মধুপুৰী আর বাহুৰি পেখনো চান্দ বয়ন।।