সমললৈ যাওক

পৃষ্ঠা:উদ্ধৱযান নাট.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪২ সূত্র ।। ६ ।। সূত্র ।। नृ || উদ্ধযান নাট সুমৰি শ্ৰীকৃষ্ণৰ মনে সুস্থ নাহি তুমি সৱ : অচিৰ কালত শ্ৰীকৃষ্ণ সমিপ পাৱব । হে মাতাসৱ : ইহা জানি তাপ তেজহ।। আহে সামাজিক লোক, দেখু দেখু ওঁহি সুনি গোপীসৱ : সুস্থ হুয়া আখিমুখ মুচি : নিস্বাস তেজল : উদ্ধৱক বহুবিধ পূজা কয়ল : পুনঃ উদ্ধৱ শ্ৰীকৃষ্ণৰ নানা লিলা কথা কহিয়ে : গোপীসৱক নন্দ-যসোদাক সান্ত কয়ল : তথায়ে কতিপয় মাস বঞ্চি কহোঁ : তাৰাসৱত বহু মান্য সতকাৰ পাৱল : (তদনন্তৰে শ্ৰীকৃষ্ণক মনে সুমৰি : আকুল হুয়া কহোঁ : জৈচে মধুপুৰি চলল : তা দেখহ সুনহ ঃ নিৰন্তৰে হৰিবোল হৰিবোল ।। ২৪. গীত।। ৰাগ শ্ৰী ।। উদ্ধৱ চলিতে মধুপুৰি : জত গোপীগণ।। পৰম আৰায়ে সৱে কৰন্ত ক্রন্দন ।। ঐ বন্ধু উদ্ধর : তেজি জাহে কাহে লাগি। কি দেখি ধৰবো প্রাণ হামু নন্দভাগি।। মুৰুচি হল দুখে গোপীনি নিসেস। কান্দন্তে উদ্ধর ভৈলা মথুৰা ধরেস।। কৃষ্ণৰ চৰণে পৰি কৰিলা বন্দন । কহয় গোপাল গতি নন্দেৰ নন্দন।। আহে সামাজিক লোক : ঐচন প্ৰকাৰে উদ্ধৱ : কৃষ্ণৰ চৰণ বন্দিয়ে ঃ নন্দ-যসোদাৰ জে কাৰুণ্য : গোপীৰ বিৰহ দুখ : ৰাম-কৃষ্ণত প্রতি প্রতি কহল : সুনি শ্রীকৃষ্ণ দীর্ঘ নিস্বাস তেজি অধোমুখে ৰহল : উদ্ধৱ শ্ৰীকৃষ্ণৰ চৰণ হৃদয়ে ধৰি : আগে কজোড়ে ৰহল ঃ আহে সামাজিক লোক ঃ কৃষ্ণৰ চৰিত্ৰ : গোপি-উদ্ধৱ-সংবাদ-প্রেম নাম-নাট সম্পূর্ণ ভেল। ইহাক জে কৰয় : কৰাৱয় সুনয় : সুনাৱয় তাহেৰ কৃষ্ণৰ চৰণে ভকতি বাঢ়য়। ইহা জানি ঃ হৰি বোল হবি বোল।। ।। ইতি উদ্ধযান নাট সমাপ্ত।।