80 ং ।। পদ ।। সূত্র ।। সূত্র ।। ধ্রু।। পদ ।। উদ্ধযান নাট ২২. গীত।। ৰাগ শ্ৰী ৷৷ গোপিনী বিকলি হৰিৰ দুখে আকুলি হৈয়া । গোরিন্দ মাধর বুলি : কান্দে গেৰি দিয়া।। দহৰে বিৰহানলে প্রাণ চুটি জাই। অধৰ অমিয়া দিয়া ৰাখছি মধহি।। মূৰুচি পৰয় দিস দেখো আন্ধিআৰি। কহে গোপাল গতি মুকুতি মুৰাৰি।। আহে সামাজিক লোক : ওহি ক্ৰন্দন এড়ি অন্যোঅন্যে কহয়ে লাগল গোপীসৱ বোল।। আহে সখীসৱ : ওহি কৃষ্ণ পুন্নকাম
- হামো বনচৰি : আনো ৰাজকন্যাসৱ ভাগ্যৱতী : লক্ষ্মীৰ
স্বামীৰ : ইহাত কোন প্রয়োজন থিক । আৱৰ গোপী বোল।। হে উদ্ধৱ ওহি বৃন্দাবন : ওহি গিৰিবৰ ঃ ওহি যমুনা নদী ঃ গোবৎস্বসৱ : প্রাণকৃষ্ণে মনে কি সুমৰয়।। আউৰ গোপী বোল।। হে উদ্ধৱ : ওহি কুঞ্জ নিকুঞ্জবনে : হামো সৱ সহিতে জে ৰাস-কেলি-কয়ল : তাহেক কৃষ্ণৰ মনে কি পৰয়।। হামোসৱ কৃষ্ণ বিহিনে জৈছে দুখ পাৱলো : হে উদ্ধৱ : তাহেক কি কহবো ।। ওহি বুলি উদ্ধৱক আগে : গোপীসৱ জৈচে কহিতে লাগল : তা দেখহ সুনহ ঃ নিৰন্তৰে হৰিবোল হৰিবোল ।। ২৩.গীত।। ৰাগ ধনশ্ৰী—মান একতালি৷৷ কি কহবো উদ্ধর : কি কহবো প্রাণ । গোরিন্দ বিনে ভয়ো গোকুল উচান।। সুন্য ভেল অংগিনা বিৰিন্দা বিপন। না সোহে ৰয়নী জৈচে চান্দ বিহিন।। নাহি চাৰ ধেনু কালিন্দি কুল। আৰ না সুনবো বেণু কদম্বক মূল।। মধুৰা ৰহলি সর গোপিনীক পীউ। কেসর বিনে কৈছে ধৰবহো জীউ।।