সমললৈ যাওক

পৃষ্ঠা:উদ্ধৱযান নাট.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উদ্ধৱযান নাট ৩৯ গোপীসৱ বোল ।। হে উদ্ধৱ; হামো কিছো শুনো।। হামাক জ্ঞান কহি পঠাৱল ঃ ইহাক হামো সুনয়ে নাহি ঃ তোহাৰ পৰম সুন্দৰ ৰূপ জৈেৱ নাহি পেখোঁ হামো কৈছে প্ৰাণ ধৰবো।। ওঁহি বুলি গোপিসৱে যৈচে বিলাপ কৰিতে লাগল : তা দেখহ শুনহ : নিৰন্তৰে হৰিবোল হৰিবোল।। ২১. গীত।। ৰাগ ভাঠিআলি৷৷ মান পৰিতাল ৷৷ ধ্ৰুং।। পদ ৷৷ সূত্র ৷৷ সূত্ৰ ৷৷ সুনহ উদ্ধর প্রাণ জীৱ মেৰি জাই। কহতু কানু গোকুলে মিলব দুর্নীই।। নয়নে দেখিবো চান্দ মুখ এক বৰি। তেরেসে সাল সখি জীৱন হামাৰ ।। নুহি ওহি দহে দো বিৰহ আনলে।। কহবি উদ্ধত্ কৃষ্ণ-চৰণ কমলে।। শ্ৰৱণে নুশুনোঁ আৰ ন ভাসে নয়নে। হাস্য লাস্য মধু স্যাম সুচান্দ বয়নে ৷ ৷ সুমৰিতে দহে দো ধৰণ নজাই। দিন টুটে প্রাণ চুটে ক্ষনেকে যুগ জাই।। কান্দিতে ৰহল গোপিসত্ দুখ মনে। কহয় গোপালে গতি মাধৱ চৰণে।। আহে সামাজিক লোক : দেখু দেখু ঃ পুন : গোপিসৱ উদ্ধৱক সাদৰ কৰি পুচয়ে লাগল৷৷ গোপি বোল।। আহে উদ্ধৱ : প্রাণকৃষ্ণ কি গুৰু গৃহ হস্তে পঢ়ি আৱল : সোহি দৈৱকি-নন্দন অগতিৰ গতি ঃ মথুৰা নগৰে কুসলে থিক ঃ হামু কিঙ্কৰীসৱক কোনো সময়ে কৃষ্ণে কি সুমৰয় ।। ওহি সুনি আৱৰ গোপি বোল।। আহে সখী : তোহো বড়ি আবুদ্ধি ঃ ইকথা উদ্ধৱত কি পুচহ ঃ কংস ভয়ে বঞ্চিতে পুৰি পাৱয়ে নাহি ঃ সে নিমিতে নন্দগৃহে বঞ্চল : সোহি শত্ৰু মাৰি ৰাজ্যভাৰ পাৱল পিতাক মাতাক সমিপ পাৱল : অনেক ৰাজকন্যা বিৱাহ কৰব। হামাত কোন প্রয়োজন থিক।। সূত্র ।। - আহে সামাজিক লোক : গোপীসৱ প্রেমে বিহ্বলা হুয়া : আৰ্ত্তৰাৱে জৈছে ক্ৰন্দন কৰিতে লাগল : তা দেখহ সুনহ ঃ নিৰন্তৰে হৰি বোল হৰি বোল।।