সমললৈ যাওক

পৃষ্ঠা:উদ্ধৱযান নাট.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৬ পদ ৷৷ সূত্র ।। উদ্ধযান নাট বাচুৰি ধ্বনি শুনি গোবৎস পেতি লাগে আগি গাঢ়ে উদ্ধর সখি।। কালিন্দী দেখি সখি ফুটয়ে বুক। এথায়ে খেলইিছিলো সে চান্দ মুখ হৰিকো নয়না সুখ ।। বিৰিন্দাবন বৈৰী হামাৰি ভেলি। পেখিতে নাবিচুৰো গোপাল কেলি।। খরজ ব্রজ ঘর পঙ্কজ চাই। তথায়ে কান্দো হামু লোটায়া কায়। গুণ গৌবিন্দ গাহ।। কৃষ্ণ সূর্য্য বিনে ব্রজ আন্ধাৰ ৷ নেদেখো এদুখ অরধি পাৰ।। আৰকি পেখবো গোপাল প্রাণ। কৃষ্ণ কিঙ্কৰ শঙ্কৰ ভাণ হৰিকো হৃদয়ে জান । আহে সামাজিক লোক, পুনঃ যে গোপী বোলয়ে লাগল, তাহে শুনহ ।। গোপী বোল।। হে উদ্ধৱ, ওহি কৃষ্ণৰ কথা পৰম দাৰুণ, ৰাম অৱতাৰে শূর্পনখী নাক-কাণ ছেদ কয়ল বলিক ত্রৈলোক্য দান লৈয়া পাতালে পঠাৱল, ওহি কৃষ্ণ পৰম ক্ৰৰ, ইহাক নজানি হামু তাহেৰ সংগে প্রেম বঢ়াৱলো, যৈচে কৃষ্ণসাৰ হৰিণ ব্যাধৰ গীত শুনিয়ে মোহিত হুয়া সমীপে আৱে, তাহেৰ শৰঘাৱে পীড়া পাৱয়, তভো হামাক চাৰি মধুপুৰী গেল, সোহি কৃষ্ণৰ কথা শুনয়ে নাহি।। ধ্ৰুং ।। পদ ৷৷ ১৯. গীত, ৰাগ—অহিৰ জৌতি৷৷ গোরিন্দ গুণ মন লাগি। সুমৰিতে তনু জ্বলে আগি।। মধুপুৰী মাধৱ পিউ কৈছে ধৰবো অর জীউ ।।