সমললৈ যাওক

পৃষ্ঠা:উদ্ধৱযান নাট.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উদ্ধৱযান নাট হামাকু শপত শান্ত কৰু ব্ৰজনাৰী। বোলিতে কমল নয়নে ঝুৰে বাৰি।। খমান নারে নয়নে নিন্দ নাহি অন্নপাণ হা হৰি বুলিতে তেজয় যৈচে প্রাণ।। মোহে চৰণ মনে ধৰি ঝুৰে নীৰ । তাহেৰ দুখ শুনি চিত্ত নোহে থিৰ । এ উদ্ধর বন্ধু শুন গোপিনীক দুখ।। তনু মন ঝামৰ মলিন ভেলি মুখ। কহবি বিনয় বাণী গোপিনীক আগে। কয়লহ বশ্য মোহে প্ৰেম অনুৰাগে।। নাহি ছাড়তো সখি তাহে সন্নিট তাপ তেজ অর থিৰ কৰু চিত্ত।। ২৯ সূত্র ।। আহে সামাজিক লোক, দেখু দেখু, ঐচন প্ৰকাৰে উদ্ধৱ কৃষ্ণক আদেশ শুনিয়ে তত্ত্বকালে উঠি কহো কৰযোৰি প্রদক্ষিণে প্রণিপাতে নমস্কাৰ কয়ল : হাতে পদধূলি তুলি মাথে মাখল।। পুনঃ নমস্কাৰ কয়ে কৃষ্ণ চৰণ হৃদয়ে ধৰি চড়ি যৈচে গোকুলে চলল, তা দেখহ শুনহ নিৰন্ত ে হৰিবোল হৰিবোল।। ১০.গীত, ৰাগ—কামোদ, তাল চুটা৷৷ ধ্ৰুং ।। উদ্ধৱ চলিলা ৰথ ধৰিলা ব্ৰজৰ পথ

  • FR

হৰিষে মনত। নজানিলা মহামানী ঘোঁৰাসে লৈয়ান্ত টান 159 গোপ পুৰে প্ৰবেশি ৰথত৷৷ পদ৷৷ শুনিলা বংশীৰ ধ্বনি তম্বুল শরদ চনি গোকুল নগৰ চনি এৰে নেৰে মথে দধি ঘোল। দীন গোপাল মূঢ়ে বোল।। সূত্র ।। আহে সামাজিক লোক, ঐচন প্ৰকাৰে উদ্ধৱ গোকুলে প্ৰৱেশ কয়ে কহো ৰাজ পথে চলিতে বহু বিধ মহোৎসৱ দেখলঃ ধেনু বৃষ বৎস শুনি ৰাম কৃষ্ণ ধ্বনি