সমললৈ যাওক

পৃষ্ঠা:উজু-মৌখিক.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অমিশ্র বিয়োগ

 প্ৰশ্ন—কিমান হয় কোৱাঁ :—

 ৫০ − ৩৩; ১০০ − ৯৮; ২০০ − ১৮৮; ৫০০ – ৩৯৭।

২য় উদাহৰণ

 ৩৫ আৰু কিমানে ৬৭ হয়?

৬৭ – ৩০ = ৩৭; ৩৭-৫ = ৩২
নাইবা
৬৭ – ৪ ০ = ২৭; ২৭+৫= ৩২

 প্ৰশ্ন—কিমান হয় কোৱাঁ :—

২৫ + কিমানে = ৪৯;
৫৭+  = ৭৮
৮৯+  = ২৫২;
৩৪৭+  = ৫৯০।

৩য় উদাহৰণ

 ১৭৭-৯= কিমান?

 ১৭৭−১০ = ১৬৭;

 এতেকে ১৭৭ – ৯= ( ১৬৭+১ ) = ১৬৮ ।

 প্ৰশ্ন—কিমান হয় কোৱাঁ :—

 ৭৩−৯; ২৯৭ – ৯৯; ৩৫৬ − ১৭৮; ১৭৫৬−৯৯৯ ।

৪ৰ্থ উদাহৰণ

 ১৪৭–৮= কিমান?

 ১৪৭−৭= ১৪০;

 এতেকে ১৪৭–৮= (১৪০ − ১) = ১৩৯।