সমললৈ যাওক

পৃষ্ঠা:উজু-মৌখিক.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪১
শুভঙ্কৰী

 ১০ৰ আগত আলেফ্‌ দিলে হল ৻১০ গণ্ডা;

 ৻১০ x ৫ = ৵১৹ = ৫ টকাৰ এমাহৰ সুত।

 ২১। এশ টকাৰ সুতৰপৰা এটকাৰ।

আৰ্য্যা

এশ টকাৰ সুত যিমান পাবা,
তিনিৰে পূৰি পাঁচেৰে হৰি যোগ কৰি লবা।
যোগফলৰ আগত আলেফ্‌ দিলে,
এটকাৰ সুত ততালিকে মিলে।

 চাবলগীয়া—

 এশত ১॥৴৹ অনা সুত হলে, এটকাত এক পইচা হব।

  ” ৸১৹ গণ্ডা    ” আধা  

  ” ৩৵৹ অনা    ” ৻৬ পাই সুত হব।


প্ৰশ্ন

 ১। শতকৰা মাহে ১৲ টকা সুত হলে, এক টকাৰ এমাহৰ সুত কিমান?

 ২। শতকৰা  ৩৲ ”       ” কিমান?

 ৩।    ৩॥৹ ”        ” ?

 ৪।    ৩॥৹ ”  ” ২৹৲ ” ৩ মাহৰ  ” ?

 ৫।    ৩৵৹ ”  ” ১৹৲ ”   ” ?