এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২
উজু-মৌখিক
প্ৰশ্ন
১। এছটাকৰ বেচ ৶১২॥ কড়া হলে, এসেৰৰ বেচ কিমান?
২। ” ” ৷৴১৹৸ ” ” ” ” ” ?
৩। ” ” ॥৵১২॥ ” ” ” ” ” ?
৩। দুছটকাৰ ” ৸৵৫ গণ্ডা ” ” ” ” ” ?
৫। এজন মানুহে ৷৵১৭॥ কড়া পালে, ১৬ জন মানুহে কিমান পাব?
১২। ছটাকৰ বেচ জনা থাকিলে মোনৰ বেচ উলিয়াবৰ নিয়ম।
এছটাকৰ বেচ ৴৹ অনা হলে, এমোনৰ বেচ ৪০৲ টকা।
” ” ৻১ গণ্ডা ” ” ” ২৲
” ” ৻৷ গণ্ডা ” ” ” ॥৹
আৰ্য্যা
ছটাকৰ দাম অনা যিমান,
মোনত চল্লিশ টকা সিমান।
গণ্ডাত দুটকা হিচাবে পৰে,
কড়াত এক আধলি ধৰে।
প্ৰশ্ন
১। এছটাকৰ বেচ ৵১। কড়া হলে, এমোনৰ বেচ কিমান?
২। ” ” ৻৫ গণ্ডা ” ” ” ” ?
৩। ” ” ৶৩। কড়া ” ” ” ” ?
৪। এটা বাঁহৰ বেচ ৶৻৸ ” ” ৬৪০ টা বাঁহৰ ” ?
৫। দুজন মানুহৰ দৈনিক বানচ ॥৴৫৷ কড়া হলে, ৬৪০ জন মানুহৰ দুদিনৰ বানচ কিমান?