এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০
উজু-মৌখিক
৯। এতোলাৰ বেচৰপৰা এসেৰৰ বেচ উলিয়াবৰ নিয়ম।
এতোলাৰ বেচ ৴৹ অনা হলে এসেৰৰ বেচ ৫৲ টকা।
” ” ৻১ গণ্ডা ” ” ” ৷৹ অনা।
” ” ৻৷ কড়া ” ” ” ৴৹ ”
আৰ্য্যা
তোলাত হব অনা যিমান,
সেৰত পাঁচ টকা সিমান।
গণ্ডাত এক সিকি ধৰিবা,
কড়াই প্ৰতি অনাকৈ লবা।
প্ৰশ্ন
১। এতোলাত ৶১৸ কড়া হলে, এসেৰৰ মূল্য কিমান?
২। ” ৴১৭॥ ” ” ” ” ” ?
৩। ২ ” ৷৴১৩ গণ্ডা ” ” ” ” ” ?
8। এজন মানুহে দিনে ৵১১৸ কড়া পালে, ৮০ দিনত কিমান পাব?
১০। এতোলাৰ বেচৰপৰা এমোনৰ বেচ উলিয়াবৰ নিয়ম।
এতেকে—
এতোলাত ৴৹ অনা হলে এমোনৰ বেচ ৩২০০ অনা = ২০০৲
” ৻১ গণ্ডা ” ” ” ৻৩২০০ গণ্ডা=১০৲
” ৻৷ কড়া ” ” ” ৻৩২০০ কড়া=২॥৹
” ৻৴ কাক ” ” ” ৻৩২০০ কাক=॥৵৹