এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪
উজু-মৌখিক
আৰ্য্যা
সেৰত কৰ টকা যিমান।
ছটাকত লবা অনা সিমান॥
সিকিয়ে প্ৰতি পইচা লোৱাঁ।
অনাত পাঁচ কড়াকৈ থোৱাঁ॥
গণ্ডাই প্ৰতি একাক পৰে।
কড়াত পাঁচ তিলকৈ ধৰে।
প্ৰশ্ন
১। এসেৰৰ বেচ ১৴২ গণ্ডা হলে, এছটাকৰ বেচ কিমানক'ৰ
২। ” ” ১৹॥৵১৹ ” ” ” ” ?
৩। ” ” ৴১৫॥ ” ” ” ” ?
৪। ” ” ৩৸৴৫॥ ” ” ” ” ?
৫। এজন মানুহে সেৰত ২৫॥৴৹ দৰে কুইনাইন কিনি সেৰত ট, ৩০৷৹ দৰে বেচিলে; ইয়াত ছটাকে প্ৰতি তেওঁৰ কিমান লাভ হল?
৬। এজন লোকে সেৰে ।৶৹ অনা দৰে চেনি কিনি,।৵৫ গণ্ডা দৰে বেচিলে; ইয়াত তেওঁৰ প্ৰতি ছটাকে কিমান লোকচান হল?
৭। ১৬ জন মানুহে কাম কৰি ট, ১২৶১৫ গণ্ডা পালে, এজনৰ ভাগত কিমানকৈ পৰিল?
৪। এমোনৰ বেচৰপৰা আঢ়ৈসেৰৰ বেচ উলিয়াবৰ নিয়ম।
এতেকে এমোনৰ বেচ এটকা হলে ৴২॥ সেৰৰ বেচ—
১৲÷১৬=৴৹
” ” ৴৹ অনা ” ” ” ৴৹÷১৬=৻১৷
” ” ৻১ গণ্ডা ” ” ” ৻১÷১৬=৻৴
” ” ৻৷ কড়া ” ” ” ৻৷÷১৬=৻৻৫