সমললৈ যাওক

পৃষ্ঠা:উজু-মৌখিক.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২
উজু-মৌখিক

প্ৰশ্ন

 ১। এসেৰত ৴১৹॥ কড়া হলে, এমোনৰ মূল্য কিমান?

 ২।  ২৸৴৫ গণ্ডা    ” ?

 ৩।  ৸৶২৸ কড়া    ” ?

 ৪। ৴২ সেৰৰ বেচ ৪৸৴১০ গণ্ডা হলে, এমোনৰ মূল্য কিমান?

 ৫। এজন মানুহে ৴৫ গণ্ডাকৈ দিনে মজুৰি পালে, ৪০ জন মানুহে এদিনত কিমান পাব?

 ৬। এজন মানুহে ৷৹ অনা সেৰ দৰে গাখীৰ কিনি ৷৴১০ গণ্ডা সেৰ দৰে বেচিলে, মোনত তাৰ কিমান লাভ হব?

 ৭। এজন মানুহে খনে ৷৵৫ গণ্ডা দৰে ৪০ খন কটাৰী কিনি আনি খানে ৷৶৹ অনা হিচাবে বেচিলে; মানুহজনৰ এই বেপাৰত কিমান লাভ হব?

 ২। এমোনৰ দামৰপৰা এসেৰৰ দাম উলিয়াবৰ নিয়ম!

এমোনত ১৲ হলে ৴১ সেৰত ১৲ ÷ ৪০ = ৻৮
  ৴৹    ৴৹ ÷ ৪০ = ৻॥
  ৻১    ৻১ ÷ ৪০ = ৻৻৮ তিল
  ৻৷    ৻। ÷ ৪০ = ৻৻২ 

আৰ্য্যা

মোন প্ৰতি যত টকা দৰ বুলি কব।
টকা প্ৰতি আঠ গণ্ডা সেৰত পৰিব॥
অনা প্ৰতি দুই কড়া, কড়াত দুতিল।
গণ্ডা প্ৰতি ধৰি তুমি লবা আঠ তিল॥
পাই প্ৰতি আধা ক্ৰান্তি লেখত ধৰিবা।
এসেৰৰ দাম তেহে ততালিকে পাবা॥