সমললৈ যাওক

পৃষ্ঠা:উজু-মৌখিক.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০
উজু মৌখিক

চতুৰ্থ পাঠ

৪। হৰণ ( অমিশ্ৰ )

১ম উদাহৰণ

 ২৫২÷২৫= কিমান?

২৫২ × ৪ = ১০০৮; ১০০৮ + ১০০ = ১০ বাকী ৮;

৮÷৪ = ২; এতেকে ভাগফল ১০; বাকী ২।

 প্ৰশ্ন—কিমান হয় কোৱা :—

১৭২÷২৫; ৪৭৫ ÷ ২৫; ৭৪২ ÷ ২৫; ৮২৯ ÷ ২৫।

২য় উদাহৰণ

 ৭৬ ÷ ১৫ = কিমান?

 ৭৬×২ = ১৫২; ১৫২ ÷ ৩০ = ৫ বাকী ২

 ২ ÷ ২=১; উত্তৰ ৫ বাকী ১।

 প্ৰশ্ন—কিমান হয় কোৱা :—

 ৯৭÷১৫; ১৫৫ ÷ ১৫; ২৭৫ ÷ ৩৫; ৭৯৭ ÷ ৪৫।

৩য় উদাহৰণ

৩৪৫ক ৯ৰে হৰণ কৰিলে ভাগশেষ কিমান থাকিব?

 ৩+৪+ ৫ = ১২; ১+২=৩; ভাগশেষ ৩।