এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯
অমিশ্ৰ পূৰণ
৮ম উদাহৰণ
২৪ × ৮ = কিমান?
২৪ × ১০ = ২৪০; ২৪ × ২ = ৪৮;
২৪০ − ৪৮ = ১৯২ ।
প্ৰশ্ন—কিমান হয় কোৱাঁ :—
৩৫ × ৮; ৫৪ × ৮; ৩৬ × ৮; ৭২ × ৯৮ ।
৯ম উদাহৰণ
২৫×২৫ = কিমান?
২৫+৫ = ৩০; ২৫ − ৫ = ২০; (ক) ৩০ × ২০ = ৬০০ ।
(খ) ৫ × ৫ = ২৫; (ক) ৬০০ + (খ) ২৫ = ৬২৫।
প্ৰশ্ন—কিমান হয় কোৱাঁ :—
৩৫ × ৩৫ : ৪৫ X ৪৫; ৬৫ × ৬৫; ৮৫ × ৮৫ ।
১০ম উদাহৰণ
৮৪ ×৮ = কিমান?
৮০×৭= ৫৬০; ৪×৭= ২৮; ৫৬০ + ২৮ = ৫৮৮।
প্ৰশ্ন—কিমান হয় কোৱাঁ :–
৬৪×৮; ৭৮×৯; ৮৯x৮; ৯৮×৮; ৯৮ x ৯ ।
⸻