এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ইন্দীবৰ বৰুৱা।
৫৭
ফলতোস্মি নতোস্মি নতোস্মি হৰিং,
হৰি বৈৰী হুতাশন ভোগ্য হৰিং।
হৰি কিঙ্কৰ শঙ্কৰ ঈশ পদে,
পদ মিচ্ছন গায়তি চামৃত দে।
(২)
জয় যদুনন্দন নিত্য নিৰঞ্জন
অখিল ভুবন সৃজদেৱ।
সনক সনাতন সিদ্ধ যোগীগণ
চিন্তি চৰণে কৰে সেৱ॥
সকল সুৰাসুৰ মুনিৰ কিন্নৰ
যো হৰি চৰণ ধিয়াই।
ওহি মহেশ্বৰ ঈশ্বৰ ঈশ্বৰ
মনুজ ভাৱ দেখায়॥
লীলা বিস্তাৰি জগজন তাৰি
বংশ বিবৰ্দ্ধন হাৰি।
শকতি উচাটন দৈত্য বিনাশন
অৰ্জ্জুন ভঞ্জনকাৰী॥
অৰ্জ্জুন ভঞ্জন সঞ্জন মজ্জন
মোহক নন্দক মন।