সমললৈ যাওক

পৃষ্ঠা:ইন্দীবৰ বৰুৱা.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৪
ইন্দীবৰ বৰুৱা।
 

পোহপাল দি, বৰ লৰাটোক আই-এ পৰ্য্যন্ত পাছ কৰাই স্কুলৰ কামত ভৰ্ত্তি হোৱা দেখি গৈছে । ছোৱালী জনীক তেওঁৱেই বিয়া দি গৈছে। তেওঁ ঢুকুৱা সংবাদ পাই জিল্লাৰ চাহাবে চীফ কমিচনৰ চাহাব বাহাদুৰৰ হৈ দুখ প্ৰকাশ কৰি লিখা চিঠিৰ নকল তলত দিয়া হল ।

JORHAT
Dated the 10th June, 1914

My dear Sir,
 I have been directed by the Chief commi- sosioner to convey to you and the members of your family his sincere regret and condolence on,hearing the sad news of the death of his old friend Sreejut Indibar Borooah. The Chief commissioner greatly regrets that he will not again meet an old acquaintance in whom he was greatly interested. Please accept from me also an expression of my sincere sympathy and believe me.

Yours Truly,
Sd. A. Playfair.

To
Sreejut.
Upendra Nath Borooah.
Jorhat.