-। বাঁহী (মাহেকীয়া কাকত) ২৭। শ্ৰীযুত পণ্ডিত হেমচন্দ্ৰ গোস্বামী ■ ফুলৰ চাকি (কবিতা • মাহেকীয়া কাকতবিলাকত প্রত্নতত্ত্ব বিষয়ক প্রবন্ধ কথাগীতাৰ (সম্পাদন) ■ পুৰণি অসম বুৰঞ্জী (সম্পাদন) । কণাভাগবত (সম্পাদন) 11/0 । নীলকণ্ঠ কৃত ৺দেবদামোদর চৰিত্র (সম্পাদন) । হেমকোষ অভিধান (সম্পাদন) ২৮। শ্ৰীযুত ৰজনীকান্ত বৰদলৈ বি, এ পেন্চ প্রাপ্ত ই, এ, চি ১। জ্ঞানসোপান ২। মিবিজীয়বি (উপন্যাস) ৩। মনোমতী ৪। বাঙ্গলী (3) (ঐ) ৫। দন্দুৱা দ্ৰোহ ৬। নিৰ্ম্মল ভকত (ঐ) ৭। হিন্দুধৰ্ম্ম আৰু দেবদামোদৰ ৮। মনোবিজ্ঞান ৯ । শৰীৰ তত্ত্ব ১০। ভোলাই শৰ্ম্মা ১১। প্রদীপিকা (মাহেকীয়া কাকত এতিয়া নাই) ১২ পুৰী ভ্ৰমণ ২৯। শ্ৰীযুত ৰায় বাহাদুৰ কনকলাল বৰুৱা বি, এল ডিৰেক্তৰ অব ইন্ডাট্রিজ ১। ভূগোল ১। জোনাকীত আৰু আন আন মাহেকীয়া কাকতত প্রবন্ধাদি ৩০। শ্রীযুত বার বাহাদুৰ কনকলাল বৰুৱা বি, এল শ্ৰীযুত ৰজনীকান্ত বৰদলৈ বি, এ ৺ গোপাল কৃষ্ণ দে যুটীয়াকৈ ১। সাবিত্রী সত্যবান ( নাট) ৩১। ৩ ৰায় বাহাদুৰ ফণীধৰ চলিহা ই, এ, চি আৰ্হি চৰিত্ৰ ৩২। শ্ৰীযুত কমলাকান্ত ভট্টাচাৰ্য্য ১। চিত্তানন
পৃষ্ঠা:আসাম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণ- অষ্টম অধিবেশন.pdf/৭৩
অৱয়ব