৪। ব্রন্চন্ ছাহাবৰ ১৮৬৮ খৃঃত ইংৰাজী অসমীয়া অভিধান ৫ । ৩ কাশীনাথ তামুলি ফুকন আৰু ৺ ৰাধানাথ বৰবৰুৱা যুটীয়াকৈ অসম বুৰঞ্জী ৬। আনন্দিৰাম ঢেকিয়াল ফুকন ১৮৪৯ খৃঃত ১। অসমীয়া লবাৰ মিত্ৰ 100 ৮। কঠিন শব্দৰ ৰহস্থ্য বাখ্যা " হেমচন্দ্ৰ বৰুৱাৰ ১। হেমকোষ অভিধান ২। অসমীয়া ব্যাকৰণ ৩। কানীয়াকীৰ্ত্তন ৪। বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰি ৫। আসাম নিউচ ( সাদিনীয়া বাতৰি কাকত) এতিয়া নাই ৬। আদি পাঠ ১ম, ২য়, ৩য় 91 ৩ যদুৰাম বৰুৱাৰ ৭। স্বাস্থ্যবিধি ৮। পাঠমালা ১৮৩৯ খৃঃত অসমীয়া অভিধান ৮। ৺ বার বাহাদুৰ গুণাভিৰাম বৰুৱা ১। অসম বুৰঞ্জী ২। লৰাপুথি ৩। বামনবমী নাটক ৪। আসাম বন্ধু ( মাহেকীয়া ১০। আউনীআটী সত্ৰৰ শ্ৰীধৰ ওজা ১। আসাম বিলাসিনী (সাদিনীয়া বাতৰি কাকত) এতিয়া ২। তা ঐ নাই ১১। ৺ পদ্মহাস গোস্বামী কাকত ) এতিয়া নাই ১। প্যমালা ৫ । ভূগোল ২ । লৰামিত্র ৬। ৺ আনন্দৰাম ঢেকীয়াল ফুকনৰ জীৱন চৰিত ১২ । ৺ লম্বোদৰ বৰা ১। শকুন্তলাব ভাঙ্গনি ৭। পদার্থ বিদ্যা ২ । লৰাবোধ
পৃষ্ঠা:আসাম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণ- অষ্টম অধিবেশন.pdf/৭০
অৱয়ব