সমললৈ যাওক

পৃষ্ঠা:আসাম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণ- অষ্টম অধিবেশন.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঔপন্যাসিক ( ৫০ ) জন্মা নাই; আৰু অসমীয়া জাতিৰ সমাজে৷ ইংৰাজ এইবিলাক কাৰণে অসমত ঔপন্যাসিক সাহিত্যই ফ্ৰান্সৰ দৰে নহয় । গা কৰিব পৰা নাই ৷ কিন্তু এই অভাজনে আগলৈ হব খোজা ঔপন্যাসিক সকলক সতৰ্ক কৰি থওঁ, অসমীয়া উপন্যাস যেন অসমীয়াৰ চৰিত্ৰৰ, অসমীয়াৰ সমাজব, কাম্য কানন অসমৰ ফটফটীয়া দাপোণ হয় ; আৰু উপন্যাসৰ সিদ্ধান্তই যেন পাঠকক ঈশ্বৰ মুখীন কৰি উন্নতিৰ বাটলৈ নিয়ে। ফচহুৱা, বজৰুৱা উপন্যাস যেন অসমীয়াই নেলেখে। ববং উপন্যাস নোহোৱাই ভাল, তথাচ বেয়া কথাব বেয়া আহিব যেন উপন্যাস সৃষ্টি নহয় । এই অভাজন বৰ্ত্তমানে বৃদ্ধ অৱস্থাত পৰিলোঁ, এতিয়া আৰু হয়তো এই অভাজনে আৰু লেখিব আৰু লেখিব নোৱাৰিম ; কিন্তু আশা কৰোঁ যেন আগলৈ উঠি অহা দুই এজন শিক্ষিত ডেকাই এই বিষয়টো হাতত লয় । বুৰঞ্জী—আমাক দৰাচলতে অকল বজা সকলৰ শাসন বিষয়ব নহয়, অসমীয়া জাতিটোৰ আদিৰে পৰা উথন পতন এই সমস্ত পৰিষ্কাৰৰূপে থকা এখন ডাঙৰ বুৰঞ্জী লাগে। কিন্তু এনেকুৱা বুৰঞ্জী লিখা কামটো বৰ টান । প্রত্নতত্ত্বত, পুৰণি বুৰঞ্জীত আধিপত্য থকা এজন সাহিত্যিকে W লিখকৰ দ্বাৰা নহব। 1 আমাৰ ললেহে এই কাম হব । যেই সেই ভাষাৰ, সাহিত্যৰ, সত্ৰবিলাকৰ বুৰঞ্জী যে লাগে এইটো ম‍ই ডাঠি কব পাৰোঁ। আগেয়ে ছপা হৈ যোৱা বৰ্ত্তমানত পাবলৈ নাইকিয়া হোৱা অনেক পুথি, আৰু ইংৰাজী অসমীয়া প্ৰৱন্ধ যে নতুনকৈ ছপাব লাগে, সেইটোতো মোৰ সম্মত আছে। তাম্রলিপি, শিলালিপি এই বিলাকৰে। এখান সংগ্রহ লিপি হলে বৰ ভাল হয় । প্রত্নতত্ত্বৰ আলোচনাও আমাক লাগে। বেজবৰুৱাদেৱে কৰৰ দৰে অসমৰ ঠায়ে ঠায়ে ইমান পুৰণি ভগ্নাবশেষ আছে, যে সেইবিলাক চাই অনুসন্ধান কৰি ফুৰিলে পুৰণি