সমললৈ যাওক

পৃষ্ঠা:আসাম সাহিত্য সভাৰ সভাপতিৰ অভিভাষণ- অষ্টম অধিবেশন.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 21 ) শ্ৰীমন্ত শঙ্কৰে পাৰ ভাঙ্গি দিলা বহে ব্ৰহ্মাণ্ডক ভেদি ॥ গোবিন্দব প্রেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা হৰিনাম মূলধাৰা ৷ হবি ভক্তি দান দিয়া জগতক তাবিনা সংসাৰ সিন্ধু । হেনয় · কৃপালু শঙ্কৰ বিনাই নাহি নাহি আৰ বন্ধু ৷৷ গীত, বাগ, পদ গাই বজাই মানুহক প্রভু শ্রীকৃষ্ণৰ লীলাবিলাক অঙ্কীয়া লাগিব । যেই প্ৰভুৰ মনত এই প্ৰভু শঙ্কৰদেৱে এই হবিভক্তিৰূপ অমৃতৰ নৈ খান সেই কালৰে পৰা তিয়ালৈকে অসমীয়া ভাষা স্বৰূপ দাবাটোৱেদি হে বোৱাইছে ৷ প্ৰভুৱে এক মহাপুৰুষ সকলে বঢ়িয়াকৈ বুজিছিল যে ৰাইজৰ মাজত, সৰ্ব্ব সাধাৰণৰ সাজত, গোবিন্দব প্ৰেম ধৰ্ম প্ৰচাৰ কৰিবলৈ হলে কঠিন সংস্কৃত ভাষাত লিখা ভাগবত, গীতা, বামায়ণ, মহাভাৰত এই সমস্ত শাস্ত্রকে সহজ অসমীয়া ভাষালৈ গ্যে-পদ্যে ভাঙ্গিব লাগিব। ঈঞ্চ প্ৰেমত মুগ্ধ কৰিব লাগিব। নাটেবে অভিনয় কৰি মানুহক দেখুৱাব বিলাক ধাৰণা হল, সেই প্ৰভুৱে নিজেও আৰু তেওঁৰ লগৰ মহাপুৰুষ আৰু বৈষ্ণব কবি সকলেও সহজ অসমীয়া ভাষাত প্যেৰে পুথি ৰচনা কৰাত, মূল সংস্কৃতৰ পৰা সহজ অসমীয়ালৈ পুথি ভাঙ্গি উলিওৱা কাৰ্য্যত, অঙ্কীয়া নাট লিখাত, লাগি গল । এইদৰে ষোড়শ শতিকাত অসমত বৈষ্ণব ধৰ্ম্ম সংস্থাপিত হোৱাৰ লগে লগে অসমীয়া ভাষাত গীতা, ভাগবত, মহা- ভাৰত, বৰগীত, হেজাৰী ঘোষা বা নাম ঘোষা, নাট এই সকলোবোৰ