পৃষ্ঠা:আভাস কাব্য.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পাতনি।

 “আভাস কাব্যৰ বৰ্ণীত বিষয় কেইটি পাঠক পাঠিকা সকলৰ ওচৰত নতুন নহলেও, এই কাব্য খনিৰ লিখা প্ৰণালী অসমীয়া ভাষাৰ সম্পূৰ্ণ নতুন বুলিলেও মিছা কোৱা হয়। এই নতুন প্ৰণালী অবলম্বন কৰি, আমি কিমান দূৰ কৃতকাৰ্য্য হৈছো, সেইটো পাঠক পাঠিকা সকলে বিচাৰ কৰিব।

 শেহত কওঁযে এই পুথিখনি পঢ়ি যদি কাৰো মনত কণামাত্ৰও সন্তোষ জন্মে, তেনেহ'লেই আনি আমাৰ পৰিশ্ৰম সফল হৈছে, বিবেচনা কৰিম।

     ইতি - ১লা, মেই, ১৯১৪।


ভদৰি বৰবৰুৱাৰ আলি
যোৰহাট।
শ্ৰীহিতেশ্বৰ বৰবৰুৱা।
 

৵৹