পৃষ্ঠা:আভাস কাব্য.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মালিতা। (যন্ত্রস্থ)। দাম—।০
(ঐতিহাসিক উপন্যাস)

 আহোম-কছাৰীৰ যুদ্ধৰ এটি শোকজনক দৃশ্য।
ডেচ্‌দিমোনা কাব্য।  (যন্ত্রস্থ)  দাম ।০
 মহাকবি চেক্ষপীৰৰ কবি-প্রতিভা সাহিত্য-জগতত
অতুলনীয়। ডেচ্‌দিমোনা সেই কবিৰ “ওথেলো” নাটকৰ
প্রধান নায়িকা। কাজেই, পাঠক সকলৰ ওছৰত “ডেচ্‌দি-
মোনা”ৰ বিশেষ পৰিচয় দিয়াৰ অনাৱশ্যক।

 যুদ্ধক্ষেত্ৰত অহোম ৰমণী ( কাব্য )।
(অমিত্রাক্ষৰ ছন্দত লিখা বীৰ ৰসৰ কাব্য)

হাতেৰে লিখা অৱস্থাতে এই কাব্যখনি পঢ়ি চাই,
কেইবাগৰাকিও কৃতবিদ্য ভদ্রলোকে কৈছে,“মাইকেল
মধুসূদন দত্তৰ “মেঘনাদ বধ কাব্য”ই যেনেকৈ বঙ্গলা
ভাষাৰ যুগান্তৰ আনিলে, আপোনাৰ এই কাব্য খনিয়েও যে
অসমীয়া ভাষাত যুগান্তৰ নানিব, তাৰ কোন সন্দেহ
নাই।”
 ছপাবলৈ যোজা কৰা হৈছে । ‘চিঠি লিখি আগধৰি
গ্রাহক হৈ থকা সকলক আধা দামত দিয়া হ’ব।

কিতাপ পোৱাৰ ঠিকানা
কমতাপুৰ ষ্ট'ৰ, চকলটিঙ্গ। পোঃ আঃ যোৰহাট।