পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৪
আবিষ্কাৰ


দে। ইয়াক “লক্ আপত” থৈ মাইকীজনী ধৰিব, লাগিব।”
 যেনে কথা তেনে কাম। তেতিয়াই হাত-কেৰেয়া দি মাধৱক থানালৈ নিয়া হ'ল। লগতে বঘুবীৰ প্ৰমুখ্যে চোৰ খেদা কেইজনো গ'ল।