পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯
পতিতা


সি যি নহওক, সিহঁতক যে সময় কটাবলৈ সুযোগ এটা দিব পাৰিছোঁ, সেয়ে মোৰ পক্ষে যথেষ্ট।
 কথা পাতি থাকোতেই ঘড়িত টং টং কৈ এঘাৰ বাজিল। কথাৰ কোবত কিমান সময় হ'ল তেওঁলোকৰ তাৰ গমেই নাছিল।এতিয়া মাধৱ ঘৰলৈ আহিবলৈ উঠিল,মালৱিকাও শুবলৈ গ’ল।