পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২
আবিস্কাৰ


 আজিকালি মালৱিকাও ওচৰ চুবুৰীয়াৰ ঘৰত জ্বৰ-নৰিয়া হলে প্ৰায়ে ভু-ভা লয়, পথ্যাদি প্ৰস্তুত কৰি দিয়ে, লৰা- ছোৱালী বা তিৰোতাৰ টান নৰিয়া হ'লে ৰাতি থাকিও পৰ দিয়ে। মুঠতে মাধৱৰ আৰ্হি পূৰাকৈ ল'ব নোৱাৰিলেও মালৱিকাক তেনে আৰ্হিত চলিবলৈ চেষ্টা কৰা দেখা যায়।