পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/২২৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২১
পদধুলি


মৃতদেহ সৎকাৰৰ নিমিত্তে নিবলৈ ধৰোঁতে প্ৰতিমাৰ হাতৰ পৰা এখন চিঠি সৰি পৰিল। চিঠিৰ বিজোগ ঢাই মাধৱে দেখিলে সেইখন তেওঁলৈকে লিখা চিঠি। তাক তেওঁ ভালকৈ ৰাখি থ'লে।
 সেৱা-সমিতিৰ সাহায্যত মৃতদেহৰ সৎকাৰ সম্পন্ন হ’ল।