পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৪
আবিষ্কাৰ


 এনেতে চাকৰটোৱে ভাত খাবৰ হৈছে বুলি জনালে। তেতিয়া কথা-বতৰা এৰি হাত-ভৰি ধুই দুয়ো খাবলৈ গ'ল।
 খোৱাৰ পাচত প্ৰতিমাৰ শোৱাৰ ব্যৱস্থা কৰি দিবলৈ লগুৱাটোক আদেশ দি মাধৱ দোকানলৈ গ'ল আৰু তাতে ৰাতিটো কটালে।