পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১১৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১১
আদৰ্শ আৰু লক্ষ্য


 উগ্ৰসেন বুদ্ধিমান মানুহ, মাধৱৰ কথা শুনি বুজিলে যে তেওঁৰ লগত তৰ্ক কৰাৰ পৰা লাভ নহয়, মাধৱে নিজৰ মত নেৰে। সেই কাৰণে তেওঁ আৰু সময় নষ্ট নকৰি বিদায় ল’লে।