পৃষ্ঠা:আদি পাঠ (দ্বিতীয় ভাগ).pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8] আকৌ উত্তৰৰ ফালে এই ওখ পৰ্বত আমাৰ দেশত বৰষুণো ভাল বৰষুণ ভাল হয় দেখি খেতি আৰু তাৰে পৰ৷ আমাৰ এইদৰে হিমালয়ৰপৰ আছে দেখি কৰি হয়। পথাৰ হয়। ধন-ধান হয়। আমাৰ অশেষ উপকাৰ হৈছে। আমাৰ পিতৃ-পুৰুষ সকলে হিমালয়ক পৰ্বতৰ ৰজ৷ বুলিছিল। তৃতীয় পাঠ পছ্য দ+য=দ্য, বিদ্যা, প্য ন+ধ=ন্ধ, আন্ধাৰ বিদ্য৷ বিদ্যাৰ সমান ধন নাই জগতত মানুহ দেৱতা হয়। বিদ্যাৰ বলত।