পৃষ্ঠা:আদি পাঠ (দ্বিতীয় ভাগ).pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[৩৭] এজন মানুহে গুৰ বেচি ৪৮ টকা আনিছে। তেওঁৰ আৰু তিনিজন ভগীয়৷ আছিল। গাইপতি কেই টকাকৈ পালে? ৬৷ এজন বেপাৰীয়ে ২০ টকা ৰূপেৰে ৫/ মোণ গাখীৰ কিনি মোণত ৫ টকাকৈ বেচিলে তেওঁৰ তেওঁৰ কিমান লাভ হল? 1 1 1