পৃষ্ঠা:আদি পাঠ (দ্বিতীয় ভাগ).pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৩২ ] আৰু আপোনালৈ লিখা এই চিঠিখন পঢ়িব পাৰিছে। চিঠিখন ভাল হৈছে বুলি কৈছে। তাই বোৱন-কাটন কিছু জানে। ইয়াৰ লগতে এখন গামোছা বিহুৱান পঠালে॥ আপোনাৰ যোগ্য নহলেও নিঃকিনৰ মৰম্বৰ চিন বুলি নিঘিণাই লব। আপোনালোকৰ কৃপাত এতিয়৷ আমাৰ লৰা-ছোৱালী তিনিটী৷ ডাঙৰটো আৰু সৰুটো লৰা। মাজত ছোৱালীজনী। ডাঙৰ লৰাটে৷ স্কুললৈ যায়, আৰু লিখিব পঢ়িব পাৰে। তাৰ আখৰবোৰ মোৰ আখৰতকৈ ভাল হৈছে। তাহঁাঁতকে৷ হাল-কোৰ বোৱন কাটন আদি ঘৰৰ কাম শিকাইছে॥ আপোনাৰ অনুগ্ৰহত মোৰ চকু মেল খালে। আপোনাৰ গুণ সদায় বখানি